Pre-wedding Photoshot

Recap সেয়া ২০১১ চনৰ কথা।ৰাষ্ট্ৰসংঘই পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় অৰণ্য বৰ্ষ হিচাপে। ডাৰউইনৰ যোগ্য ভোগ্য বসুন্ধৰা নীতি মানিয়েই হওক বা মানুহৰ অজ্ঞতাৰ বাবেই হওক…

ৰাতিবিহু মাছখোৱাৰ মুখপত্ৰ ২০২৪

ৰাতিবিহু মাছখোৱাৰ মুখপত্ৰ 'বহনা' উন্মোচনী অনুষ্ঠানৰ আলোকছবি।মুখপত্ৰখন উন্মোচন কৰে কবি উজ্জ্বল পাওগাম ডাঙৰীয়াই।অতিথি হিচাপে উপস্থিত থাকে বিশেষ লেখক, চিত্ৰশিল্পী, ইন্দিবৰ বুঢ়াগোহাঞি ছাৰ।

মানুহবোৰ আছেনে ঘৰত

মানস প্ৰতিম দত্ত মেঘৰ চুলিৰ মাজেৰে সৰকি অহাএজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙিচৰাইবোৰ গুচি গৈছেজন্তুবোৰ গুচি গৈছে হাতী-মাটি-কেতেকীনাহৰ-সোণাৰু-পলাশৰ সৈতেবসন্তৰ উভালিছে শিপা… বৰষুণত তিতি তিতিমানুহবোৰে কান্দিছে চকুপানী বিচাৰি হাবাথুৰি খায়শুকান বতাহৰ…

লুইতত ভোটোঙাই ওলাল শিহুআজি বোলে ৰঙালী বিহু বিহু

মানস প্ৰতিম দত্ত         সিদিনা আছিল ১৪ অক্টোবৰ, ২০২৩৷        দিনত পু এন ফ’ ৱাইল্ডৰ কৰ্মী বিমান সন্দিকৈৰ পৰামৰ্শ অনুসৰি ধ্ৰুৱজ্যোতি চেতিয়া, ধৰ্মেশ্বৰ নাথ, পৰিৱেশকৰ্মী তথা সাংবাদিক ৰাজীৱ বৰুৱা আৰু মই…

বিশ্ব পুনৰ চক্ৰীকৰণ দিৱস

মানস প্ৰতিম দত্ত আমাৰ দৈনন্দিন জীৱনত পুনৰ ব্যৱহাৰ আৰু বহনক্ষম পদ্ধতিৰ গুৰুত্বক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে বিশ্ব পুনৰ ব্যৱহাৰ দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হ'ল আৱৰ্জনা নিয়ন্ত্ৰণ আৰু পৰিৱেশ…

নদী সুৰক্ষাৰ হকে এদিন

মানস প্ৰতিম দত্ত       মানৱ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত নদীৰ গুৰুত্বৰ বিষয়ে মানুহক সজাগ আৰু সংবেদনশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে আন্তৰ্জাতিক নদীৰ বাবে কৰ্ম দিৱস (INTERNATIONAL DAY OF ACTION FOR…

মইনামেলৰ বতৰা

জ্ঞানতীৰ্থ মইনামেলত উপস্থিত থাকি কণমানিহঁতৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমি বহুকেইজন পৰিৱেশ কৰ্মীৰ বিষয়ে আলোচনা কৰিলোঁ। প্ৰায় এঘণ্টা সময় আমি প্ৰকৃতি বিষয়ক কথা-বাৰ্তাৰ মাজত ব্যস্ত হৈ থাকি আনন্দিত…

ধৰিত্ৰী দিৱস পালন

পু এন ফ' ৱাইল্ডৰ উদ্যোগত আৰু কাইজেন একাডেমিৰ আতিথ্যত তথা মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতি, ঢকুৱাখনাৰ সহযোগত আজি ধৰিত্ৰী দিৱস পালন কৰা হয়। এই অনুষ্ঠানতে আমাৰ তথ্যচিত্ৰ "প্ৰকৃতিৰ…

প্ৰদূষণ নিয়ন্ত্ৰণৰ হকে আনুষ্ঠানিক এদিন

মানস প্ৰতিম দত্ত       প্ৰতি বছৰে ২ ডিচেম্বৰত ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস পালন কৰা হয়। ১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত সংঘটিত হোৱা ভূপাল গেছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত…

অসমীয়াৰ স্বাভিমানঃ গঁড়

মানস প্ৰতিম দত্ত       গঁড় বুলিলে মোৰ মনলৈ প্ৰথমেই আহে পৰিৱেশকৰ্মী, লেখক বুবুল শৰ্মাৰ গঁড় বিষয়ক গৱেষণামূলক গ্ৰন্থ বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড় [২০১৭] নামৰ গ্ৰন্থখনৰ কথা৷ এইখনেই সম্ভৱতঃ অসমীয়া ভাষাত…

বাঘ ঐ বাঘ

মানস প্ৰতিম দত্ত      বাঘ ভাৰতৰ জাতীয় পশু। ভাৰতৰ উপৰি বাংলাদেশ, দক্ষিণ কোৰিয়া, ভিয়েটনাম আৰু মালয়েচিয়াৰ জাতীয় পশু হিচাপে বাঘক স্বীকৃতি দিয়া হৈছে। সিংহক ভাৰতৰ জাতীয় পশু হিচাপে স্বীকৃতি দিয়া…

Expert Talks

     প্ৰাক কৈশোৰৰ জীৱন গঢ়াৰ কমাৰশাল আপোন বিদ্যালয়খনৰ মৰমৰ শিক্ষাৰ্থীসকলৰ সৈতে সিদিনা Expert Talks অনুষ্ঠানত বহুতো কথা পাতিলোঁ। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ সন্মুখত কথা ক'ব পৰাকৈ মোক গঢ় দিয়া আপোন…

মন হীৰাদৈ চাইকেল নহয় …

মানস প্ৰতিম দত্ত         আজিৰ পৰা প্ৰায় ৫০ বছৰ আগৰলৈকে পৰিবহণৰ এক জনপ্ৰিয় মাধ্যম হিচাপে বাইচাইকেলে মানুহক সেৱা আগবঢ়াই আছিল৷ সম্প্ৰতি চাইকেলৰ ব্যৱহাৰ পূৰ্বতকৈ বহুপৰিমাণে কমি আহিছে যদিও স্বাস্থ্যসচেতন প্ৰজন্মই…

মৌ-মাখি বোৰে কাম কৰি ফুৰে

©মানস প্ৰতিম দত্ত মৌ-মাখি বুলিলে আমাৰ মনলৈ আহে ৰত্নকান্ত বৰকাকতীৰ কবিতা মৌ-মাখি আৰু ভোমোৰা নামৰ কবিতাটোৰ কথা। কবিতাটোত কবিয়ে লিখিছে-মৌ-মাখি বোৰে            কাম কৰি ফুৰেফলে ফুলে উৰি            ফুল ৰস কাঢ়ি               গাই…

কাছবোৰ ক’লৈ গ’ল?

মানস প্ৰতিম দত্ত     বৰ্তমান সময়ত সংকটৰ গৰাহত পৰা জীৱবোৰৰ ভিতৰত এবিধ অন্যতম সৰীসৃপ প্ৰজাতি হ’ল কাছ৷ ভাৰতীয় লোক বিশ্বাসত কাছক ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে বিশ্বাস কৰা হয়৷ কুৰ্ম বা…

গ্ৰহৰ হৃদপিণ্ডঃ মহাসাগৰ

মানস প্ৰতিম দত্ত      মহাসাগৰসমূহক Heart of the planet (গ্ৰহৰ হৃদপিণ্ড) বুলি অভহিত কৰা হয়। আমি জানো যে, পৃথিৱীৰ দুই তৃতীয়াংশ পানীৰে আৱৰি আছে। সাগৰৰ বিভিন্ন উদ্ভিদে আমাৰ পৰিস্থিতিতন্ত্রৰ বহনক্ষমতা…

বিশ্ব শৌচাগাৰ দিৱস

মানস প্ৰতিম দত্ত        মানুহৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত অনাময় এক বিশেষ গুৰুত্বপূর্অণ মৌলিক অধিকাৰ। সুস্বাস্থ্য আৰু সুস্থ জীৱন শৈলীৰ বাবে পৃথিৱীৰ যিকোনো স্থানতে ভাল অনাময় ব্ৰযৱস্থা অতিব প্ৰয়োজনী। মুকলি স্থানত…

মানুহ

মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহবননি-বন্যপ্ৰাণৰ মাতৰ  হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক'বলৈ যায়আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ! বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা…

Advertisement

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰিৱেশ বিষয়ক বিভিন্ন দিৱস আৰু ইয়াৰ ঐতিহ্য বিষয়ক এখন হাতপুথিৰ অভাৱ অনুভৱ কৰি আছিলোঁ। ভাবিলোঁ, সেই অভাৱ দূৰ কৰিবলৈ ময়ো চেষ্টা কৰিব পাৰো দেখোন।ভবামতেই কাম আৰম্ভ হ'ল।…

আন্তর্জাতিক মেৰু ভালুক দিৱস

মানস প্ৰতিম দত্ত মেৰু ভালুকৰ উৎপত্তি আৰু বিৱৰ্ততনৰ সঠিক তথ্য বর্তমানলৈকে সন্ধান কৰিব পৰা নাই যদিও ২০০৪ চনত নৰৱেৰ স্বালবার্ড দ্বীপত পোৱা jawbone (হাড়)ৰ সহায়ত বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ…

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু দুজন উপেক্ষিত নায়ক 

মানস প্ৰতিম দত্ত         মানুহৰ মন সদায়েই অনুসন্ধিৎসু হয়। মানুহে নজনাক জানিবলৈ, নেদেখাক চাবলৈ বিচাৰে। মানুহৰ এনে অনুসন্ধিৎসু প্রৱণতাই তথ্য সংগ্রহৰ প্রতি উত্সাহিত কৰে। ফলত মানুহৰ জ্ঞানৰ পৰিসৰৰ প্রসাৰ ঘটে…