ফাট বিহু ২০২৩

প্ৰকৃতিৰ জমাদাৰ চৰাইবিধক মানুহৰ সৈতে পৰিচয় কৰি দিয়াৰ লগতে শগুন সংৰক্ষণ বাৰ্তাক জনসমাজলৈ নিয়াৰ উদ্দেশ্যে ‘সজাগতামূলক’ শোভাযাত্ৰা। শিল্প-কৰ্মৰ জৰিয়তে সমগ্ৰ পৰিকল্পনাক মূল ৰূপ দিয়া নিৰ্মল সূত ছাৰ, ৰাকেশ দাকে আদি কৰি সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Save Vulture
Mission Xo-Gun